Soudixe Vlog
Soudixe Vlog's Channel
 
 
 
Soudixe Vlog
Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
 
Name
Soudixe Vlog
Description
'যাত্ৰা'-জীৱনৰ এক অবিচ্ছেদ্য অংগ। যাত্ৰাই অনেক সুখ, মনৰ সন্তুষ্টি, সৰু-ডাঙৰ নানান অভিজ্ঞতা আৰু বহুতো সমল কঢ়িয়াই আনে।আমাৰ চৌদিশে থকা ঠাইসমূহলৈ গ'লে মনটো হাঁহি -আনন্দৰে উভৈনদী হয় আৰু সেই ব্যক্তিগত ভ্ৰমণসূচীৰ সুখখিনি ইয়াৰোপৰি তাৰ তিতা-মিঠা কথাবোৰ যেতিয়া আপোনালোকৰ সৈতে আদান-প্ৰদান কৰিব পাৰো তেতিয়া সেই ভ্ৰমণ বা যাত্ৰা আৰু অধিক গুৰুত্বপূর্ণ তথা আকৰ্ষণীয় হৈ পৰে । সেয়েহে ভ্ৰমণ কৰি ভালপোৱা সকলৰ বাবে আমাৰ এক নতুন প্ৰচেষ্টা এই ইউ টিউব চেনেল -'চৌদিশে' । উক্ত চৌদিশে চেনেলৰ যোগেদি অসম তথা উত্তৰ- পূৰ্বৰ বিভিন্ন ঠাইৰ স্হানীয় লোকসকলৰ লোকাচাৰ, কলা-সংস্কৃতি, খাদ্য-সম্ভাৰ তদুপৰি পৰম্পৰাগত সাজ-পোছাকৰ বিষয়েও জনাবলৈ চেষ্টা কৰা হ'ব। ব্যস্ততাপূৰ্ণ এই জীৱনত কিছুসময়ৰ বাবে হ'লেও আপোনালোকক মানসিক সকাহ লগতে অপৰিসীম তৃপ্তি দিবলৈ চৌদিশেৰ যাত্ৰা অব্যাহত থাকিব।আপেনাসৱৰ আদৰ, আগ্ৰহ আৰু আশীৰ্বাদ আমাৰ বাবে নিতান্তই প্ৰয়োজনীয়।আশাকৰো এই খিনি সঁহাৰি আগলৈকো পাই গৈ থাকিম।

পৰামৰ্শৰ বাবে আমালৈ লিখি পঠিয়াওক - [email protected]

চেনেলটোৰ আঁৰৰ মানুহ দুজন- আৰ জে অংশুমান আৰু প্ৰান্তৰীপ

#soudixevlog #awesomeassam

Subscribers
497
Subscriptions
Friends
Channel Comments
nehakalita590 (2 years ago)
Place tu jimn dhunia ,ximnei dur bht main road pora
kkdvlogs5958 (3 years ago)
Mojjja
samirsvlog8722 (4 years ago)
Kihot edit kre dada
pujanath2458 (4 years ago)
Val lage.....moi goi ahisu
rajdeepaxomartist4952 (4 years ago)
Mojahhh amiu goisilu️
সুন্দৰ বন্ধু
Northeast_Boi (4 years ago)
Moja hoise
TechPulseAI3d (2 years ago (edited))
Very nice ️
KBOY02 (3 years ago)
Mojaaaa
badolborah9094 (4 years ago)
Bht dhunia. Emn dhunia dhunia jega dekhuwar bbe thkx bhaiti
dipikagohain123 (1 year ago)
Dari sa tar
hiranyadeka5359 (4 years ago)
Moja hoise oi
Mjaa lge n goi
PriyankiXaikia (4 years ago)
Vl lagil. Moiu vbi asilu gutei fbt dekhi asilu. Finly dekhilu
thenortheasternboy5181 (3 years ago)
Xosai ki kom mne bhaxa nai ata xundor vlog xundor poribeh ️️
lizasarmah9495 (4 years ago)
Bohut val lagise....
uttopisharma9097 (4 years ago)
Bhal lagise bhaiti..aru agoloi dhunia dhunia vlog pai thakim tumar pra
dipankar2851 (4 years ago)
Nice bro